সুন্দৰৰ দিগন্ত বিচাৰি...
A Search for Beauty...
সুন্দৰৰ দিগন্ত বিচাৰি... (A search for Beauty...) is a project, a journey with the motive to find out different talents in various fields of Art and Culture, hidden in every nook and corner of the land.
সুন্দৰৰ দিগন্ত বিচাৰি... (A search for Beauty...) হ'ল এক যাত্ৰা, এক সন্ধান৷ অসমৰ চুকে কোণে, গাঁৱে-ভূঞে, চহৰে নগৰে লুকাই থকা কলা সংস্কৃতিৰ ক্ষেত্ৰখনৰ প্ৰতিজন প্ৰতিভাৱানকে বিচাৰি, স্ব-ভাৱে জ্বিলিকিবলৈ এখনি বহল তথা মুকলি মঞ্চ প্বৰদান কৰিবলৈ কৰা এক প্ৰয়াস৷




